সমাজতত্ত্ব বুলিলে কি বুজা? in assamese

সমাজতত্ত্ব কাক বোলে?

উত্তৰ: সমাজতত্ত্ব (ইংৰাজী: Sociology) হৈছে মানুহৰ সামাজিক আচৰণ, সমাজ, সামাজিক সম্পৰ্ক, সামাজিক আন্তঃক্ৰিয়া, আৰু সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰা এক সমাজ বিজ্ঞান। ই সামাজিক শৃংখলা আৰু সামাজিক পৰিৱৰ্তনৰ বিষয়ে জ্ঞান অৰ্জন কৰিবৰ বাবে পৰীক্ষালব্ধ অনুসন্ধান আৰু সমালোচনাত্মক বিশ্লেষণৰ বিভিন্ন পদ্ধতি প্ৰয়োগ কৰে। সমাজতত্ত্বৰ গৱেষকসকলে প্ৰায়োগিক অৰ্থাৎ সামাজিক আঁচনি প্ৰস্তুত আৰু সামাজিক কল্যাণৰ বাবে অধ্যয়ন কৰাৰ লগতে সামাজিক প্ৰক্ৰিয়াসমূহৰ বিষয়ে তাত্বিক অধ্যয়ন কৰে।

Scroll to Top